অসম

কোকৰাঝাৰত সদৌ অসম নাৰ্চ সন্থাৰ ৪৬সংখ্যক ৰাজ্যিক অধিৱেশন

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম নাৰ্চ সন্থাৰ ৪৬সংখ্যক ৰাজ্যিক পূৰ্ণাংগ অধিৱেশন।

২ / ৫

কোকৰাঝাৰ, ২০ নৱেম্বৰ: অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকে ধৰি বিভিন্ন চিকিৎসালয়ত কৰ্মৰত প্ৰায় ১৮ হাজাৰ জি এন এম নাৰ্চৰ উমৈহতীয়া সংগঠন সদৌ অসম নাৰ্চ সন্থা (আনা)ৰ ৪৬সংখ্যক ৰাজ্যিক…

৩ / ৫

অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী ৰসনা ৰায় আৰু সম্পাদিকা উৰ্মিলা বসুমতাৰীয়ে জনোৱা মতে, ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ৪০০ প্ৰতিনিধিয়ে অধিৱেশনত অংশগ্ৰহণ কৰিব।

৪ / ৫

অধিৱেশনৰ প্ৰথম দিনা পৰম্পৰাগত কাৰ্যসূচীৰ লগতে নিশালৈ ৰাজ্যিক প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব।

৫ / ৫

দ্বিতীয় দিনাৰ মূল সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘাল, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, কেইবাগৰাকীও বিধায়ক আৰু স্বাস্থ্য বিভাগৰ প্ৰায়…

কোকৰাঝাৰত সদৌ অসম নাৰ্চ সন্থাৰ ৪৬সংখ্যক ৰাজ্যিক অধিৱেশন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক