হায়দৰাবাদৰ ‘ভাৰত সন্মিলন’ত ইটালীৰ নেতা জিয়াকোমো ফিলিবেকৰ শ্লোগানক কেন্দ্ৰ কৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা কৰিছে বিজেপিয়ে।
হায়দৰাবাদ: তেলেংগানা চৰকাৰে আয়োজন কৰা ‘ভাৰত সন্মিলন’ত ইটালীৰ নেতা তথা ইউৰোপীয় সমাজবাদী দলসমূহৰ পাৰ্টিৰ সাধাৰণ সম্পাদক জিয়াকোমো ফিলিবেকে দিয়া ‘ভোট চোৰ, গদি ছোড়’ শ্লোগানক লৈ ৰাজনৈতিক…
সন্মিলনত ফিলিবেকে প্ৰথমে হিন্দীত শ্লোগানটো দিয়ে আৰু পাছত ইংৰাজীত ইয়াৰ অৰ্থ ব্যাখ্যা কৰে।
বিজেপিয়ে দাবী কৰিছে যে, বিদেশী নেতাগৰাকীয়ে শ্লোগান দিয়াৰ সময়ত ৰাহুল গান্ধীয়ে হাঁহি মাৰিছিল।
দেওবাৰে মহাৰাষ্ট্ৰৰ এখন জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
newznow.in