খোৱাতেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ৰাইজক আহ্বান জনাই কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই কয়, ভাৰত চৰকাৰে খোৱাতেলৰ নামত বছৰি প্ৰায় ২.৫০ লাখ কোটি টকা ব্যয় কৰে।
আপোনালোকে তেল কমকৈ খাওক !‘দেশৰ প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাই’ ‘ময়ো তেল কমকৈ খাওঁ, পাৰিলে আপোনালোকেও তেল কমকৈ খাওক '- পীয়ূষ হাজৰিকাৰ আহ্বান
‘ভাৰত চৰকাৰে খোৱাতেলৰ নামত প্ৰতি বছৰে
খোৱাতেলৰ ব্যৱহাৰ কমাবলৈ ৰাইজক আহ্বান জনাইছে অসমৰ কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই।
মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত চৰকাৰে খোৱাতেলৰ নামত প্ৰতি বছৰে প্ৰায় ২.৫০ লাখ কোটি টকা ব্যয় কৰে।
newznow.in