অসম

পিকনিকলৈ যোৱাৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ আগতীয়া অনুমতি, অনুমতিৰ খোলা হ'ব পৰ্টেল

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

পথ দুৰ্ঘটনা ৰোধ আৰু যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পিকনিক দলৰ বাবে অনলাইন পৰ্টেলযোগে আগতীয়া অনুমতি বাধ্যতামূলক কৰাৰ সিদ্ধান্ত পৰিবহণ বিভাগৰ।

২ / ৫

পিকনিকৰ বতৰৰ পূৰ্বে পথ দুৰ্ঘটনা ৰোধ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ সাজু হৈছে।

৩ / ৫

আগন্তুক বনভোজৰ বতৰত পথ দুৰ্ঘটনা ৰোধ আৰু যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পিকনিকলৈ যোৱা দলসমূহৰ বাবে আগতীয়া প্ৰশাসনিক অনুমতি বাধ্যতামূলক কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ পৰিবহণ বিভাগ।

৪ / ৫

পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে জনোৱা অনুসৰি, পিকনিকলৈ যাব বিচৰা প্ৰতিটো দলে চৰকাৰে মুকলি কৰিবলগীয়া অনলাইন পৰ্টেলৰ জৰিয়তে আগতীয়াকৈ অনুমতিৰ বাবে আবেদন কৰিব লাগিব।

৫ / ৫

নতুন নিৰ্দেশনা অনুসৰি, পিকনিকৰ যাত্ৰা কেৱল দিনৰ পোহৰতহে কৰিব পাৰিব।

পিকনিকলৈ যোৱাৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ আগতীয়া অনুমতি, অনুমতিৰ খোলা হ'ব পৰ্টেল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক