মহাৰাষ্ট্ৰৰ গোন্দিয়া জিলাৰ বন্দ্ৰানী জংঘলত ৰক্তাক্ত অৱস্থাত ইণ্ডিগোৰ কৰ্মচাৰী বৰ্ষা ঠাকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে।
গোন্দিয়া: মহাৰাষ্ট্ৰৰ গোন্দিয়া জিলাৰ বন্দ্ৰানী জংঘলত ৰক্তাক্ত অৱস্থাত ইণ্ডিগোৰ কৰ্মচাৰী বৰ্ষা ঠাকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে।
পৰিয়ালৰ সূত্ৰ অনুসৰি, দীপাৱলীৰ ছুটি লৈ মধ্যপ্ৰদেশৰ বালাঘাট জিলাত থকা নিজৰ ঘৰলৈ আহিছিল বৰ্ষা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ৪ বজাত বৰ্ষা ঘৰৰ পৰা ওলাই নীতেশ আগৰৱাল নামৰ বন্ধুজনৰ সৈতে নদীৰ পাৰত ফুৰিবলৈ গৈছিল।
অৱশ্যে নীতেশৰ ভাষ্যত অসংগতি লক্ষ্য কৰি আৰক্ষীয়ে তেওঁক আটক কৰি সোধা-পোছা চলাইছে।
newznow.in