ভাৰতীয় তেল নিগম ( অসম তেল সংমণ্ডল)ৰ উদ্যোগত আজিৰে পৰা ডিগবৈ গলফ্ লিংকত ২১ নৱেম্বৰলৈ ২৬ তম ইণ্ডিয়ান অইল ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা খনি অনুষ্ঠিত হৈছে।
মুঠ এক কোটি টকাৰ প্ৰাইজমানিৰে অনুষ্ঠিত প্ৰতিযোগিতা খনিত বহিঃৰাষ্ট বাংলাদেশ, নেপাল, জাপান, মালয়েছিয়া, আৰু ভূটানৰ ১২ গৰাকী আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী খেলুৱৈকে আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ…
ডিগবৈ গলফ্ লিংকত অনুষ্ঠিত এক সংবাদমেলত আজি নিগমটোৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী ৰাহুল প্ৰশান্তই প্ৰতিযোগিতা খনিৰ সবিশেষ সদৰী কৰে।
পিজিটি আই জেষ্ঠ্য প্ৰৱন্ধক নিখিল কালামে আঁত ধৰা সংবাদমেলত পিজি টি আই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ সঞ্চালক প্ৰশান্ত ঠাকুৰ, উদ্যোক্তা সমিতিৰ উপদেষ্টা তথা মুখ্য মহামহাপ্ৰৱন্ধক এম বিনোদ, ডিগবৈ এ অডিৰ…
প্ৰফেচনেল গলফ টুৰ্ণামেণ্টৰ জেষ্ঠ্য প্ৰৱন্ধক নিখিল কালামে প্ৰতিযোগিতাৰ সন্দৰ্ভত বিশদভাৱে অৱগত কৰি আই অ চি কতৃপক্ষক বিগত ২৫ টা বছৰ ধাৰাবাহিক ভাৱে ঐতিহাসিক এইটিন্ঠ হোল ডিগবৈ গলফ্ লিংকত বিশাল…
newznow.in