অসম

ধেমাজিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মিচিং-সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ দুই প্ৰাৰ্থী

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

গোগামুখৰ টংকেশ্বৰ সোণোৱাল আৰু জোনাইৰ বিজয় শইকীয়াই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ পাছত বিজয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।

২ / ৫

ধেমাজি: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধেমাজি জিলাৰ গোগামুখ আৰু জোনাই পৰিষদীয় সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

৩ / ৫

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত গোগামুখ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ বিপৰীতে থকা প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে।

৪ / ৫

ইয়াৰ পাছতে দুয়োগৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়া তথা জিলা আয়ুক্তৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে।

৫ / ৫

আগন্তুক ৩০ নৱেম্বৰত দুখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

ধেমাজিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মিচিং-সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ দুই প্ৰাৰ্থী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক