অসম

ডিগবৈৰ অৰ্ধশতাধিক বাইক জব্দ

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ আৰক্ষীয়ে আজি সন্ধিয়া হেলমেট পৰিধান নকৰাকৈ চলোৱা অৰ্ধ শতাধিক মটৰ চাইকেল আটক কৰে।

২ / ৫

দুৰ্ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে ডিগবৈ আৰক্ষীয়ে।

৩ / ৫

উল্লেখ্য যে চৰকাৰী নিৰ্দেশনা পালন কৰি ডিগবৈত বহু লোকে হেলমেট পৰিধান কৰি বাইক চলাই যদিও বহু লোকে হেলমেট পৰিধান নকৰাকৈ এতিয়াও বাইক চলাই আহিছে।

৪ / ৫

ইপিনে আৰক্ষীয়ে দুৰ্ঘটনা ৰোধ কৰা স্বাৰ্থত এনেদৰে অভিযান অব্যাহত ৰাখিব বুলি ডিগবৈ থানাৰ অচি প্ৰাঞ্জল চেতিয়াই জানিবলৈ দিয়ে।

৫ / ৫

এনে তীব্ৰবেগী গাড়ীৰ বাবে বহুতো দুৰ্ঘটনাও সংঘটিত হোৱাৰ উদাহৰণ সৰ্বজনবিদিত।

ডিগবৈৰ অৰ্ধশতাধিক বাইক জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক