দেশ

কুলগামত চি আৰ পি এফৰ ওপৰত আক্ৰমণৰ পাছতে বৃহৎ সন্ত্ৰাসবাদবিৰোধী অভিযান, ৫০০ৰো অধিক লোকক সোধা-পোছা

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কুলগামত চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে বৃহৎ তালাচী অভিযান চলাইছে।

২ / ৫

শ্ৰীনগৰ, ১৫ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কুলগামত চি আৰ পি এফৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীৰ সন্ধানত বৃহৎ অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে।

৩ / ৫

কুলগামৰ মীৰবজাৰ আৰু ইয়াৰ আশে-পাশে থকা কেইবাখনো গাঁও ঘেৰি নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে।

৪ / ৫

বুধবাৰে অঞ্চলটোত চি আৰ পি এফৰ এটা দলৰ ওপৰত হোৱা আক্ৰমণত তিনিজন জোৱান আহত হৈছিল।

৫ / ৫

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সোধা-পোছাৰ পিছত আটাইকেইজনকে মুকলি কৰি দিয়া হৈছে।

কুলগামত চি আৰ পি এফৰ ওপৰত আক্ৰমণৰ পাছতে বৃহৎ সন্ত্ৰাসবাদবিৰোধী অভিযান, ৫০০ৰো অধিক লোকক সোধা-পোছা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক