দেশ

ছোনিয়া গান্ধীৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত ৰাহুল-প্ৰিয়ংকাসহ বিৰোধী নেতা

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

নতুন দিল্লীত ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ৰ উন্মোচনী অনুষ্ঠানত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কেইবাগৰাকীও বিৰোধী নেতা উপস্থিত থাকে।

২ / ৫

নতুন দিল্লী, ১৬ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰথমখন আত্মজীৱনীমূলক গ্ৰন্থ ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ৰ উন্মোচনী অনুষ্ঠান সোমবাৰে নতুন দিল্লীত…

৩ / ৫

অনুষ্ঠানত ছোনিয়া গান্ধীৰ পুত্ৰ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী উপস্থিত থাকে।

৪ / ৫

১০ নৱেম্বৰত বজাৰত উপলব্ধ হোৱা গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে নিজৰ ব্যক্তিগত জীৱন, পৰিয়ালৰ সৈতে জড়িত স্মৃতি আৰু ভাৰতীয় ৰাজনীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছে।

৫ / ৫

প্ৰকাশক হাৰ্পাৰকলিন্সৰ মতে, ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ ভাৰতত তেওঁলোকৰ সৰ্বাধিক দ্ৰুতগতিত বিক্ৰী হোৱা গ্ৰন্থ।

ছোনিয়া গান্ধীৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত ৰাহুল-প্ৰিয়ংকাসহ বিৰোধী নেতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক