অসম

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃসংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা, অংকুৰজ্যোতি-ঝৰণা দল প্ৰথম

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আন্তঃসংবাদ মাধ্যম কুইজত অংকুৰজ্যোতি শৰ্মা আৰু ঝৰণা ভৰালীৰ দলে প্ৰথম স্থান লাভ কৰে।

২ / ৫

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক-সাহিত্যিক তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী।

৩ / ৫

নিজৰ বক্তব্যত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সাংবাদিকতাত প্ৰশ্ন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

৪ / ৫

দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকাক লৈও তেওঁ মন্তব্য কৰে।

৫ / ৫

আনহাতে, কুইজ পৰিচালক দীপাংকৰ কৌশিকৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ ৯টা দলে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃসংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা, অংকুৰজ্যোতি-ঝৰণা দল প্ৰথম

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক