আন্তঃৰাষ্ট্ৰীয়

‘জীৱিত অৱস্থাত উভতি আহিব পাৰিম নে নাই নাজানো’, চিকিৎসাৰ দাবীত আদালতৰ কাষ চাপিল ইমৰান খান

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কাৰাগাৰত স্বাস্থ্যৰ অৱনতি ঘটাৰ অভিযোগেৰে পাকিস্তানৰ শীৰ্ষ আদালতসমূহলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে।

২ / ৫

‘মই হয়তো জীৱিত অৱস্থাত উভতি আহিব নোৱাৰিম’—এই আশংকা প্ৰকাশ কৰি জৰুৰী চিকিৎসাৰ দাবীৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়কে ধৰি দেশখনৰ শীৰ্ষ আদালতসমূহৰ কাষ চাপিছে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী…

৩ / ৫

‘টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুসৰি, ইমৰান খানে দেশখনৰ ফেডাৰেল সাংবিধানিক আদালত, উচ্চতম ন্যায়ালয় আৰু ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে।

৪ / ৫

পত্ৰখনত ইমৰান খানে অভিযোগ কৰে যে তেওঁক বাহিৰৰ জগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি ৰখা হৈছে।

৫ / ৫

তেওঁৰ অভিযোগ অনুসৰি, কাৰাগাৰৰ চিকিৎসা পৰিষদে উদ্বেগৰ কথা উল্লেখ কৰি পৰিয়ালৰ সৈতে অধিক যোগাযোগ আৰু পঢ়াৰ সামগ্ৰী তথা টেলিভিছনৰ সুবিধা দিয়াৰ পৰামৰ্শ দিছিল।

‘জীৱিত অৱস্থাত উভতি আহিব পাৰিম নে নাই নাজানো’, চিকিৎসাৰ দাবীত আদালতৰ কাষ চাপিল ইমৰান খান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক