মঙলবাৰে একেখন মঞ্চত উজনিৰ বানৰ সমস্যা আলোচনা কৰে অখিল গগৈ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই।
আলোচনাৰ মাজতে সুশান্ত বৰগোহাঁইক উদ্দেশ্য কৰি শুনা যায়, “সুশান্ত, তই মোক কাম এটা দিয়া নাই কিয়?”
ইয়াৰ উত্তৰত কোৱা হয়, “প্ৰয়োজন নাই কাৰণে মই কাম দিয়া নাই।”
newznow.in