‘সুশান্ত, তই মোক কাম এটা দিয়া নাই কিয়?’
মঙলবাৰে একেখন মঞ্চত উজনিৰ বানৰ সমস্যা আলোচনা কৰে অখিল গগৈ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই। আলোচনাৰ মাজতে সুশান্ত বৰগোহাঁইক উদ্দেশ্য কৰি কাম নিদিয়াৰ প্ৰসংগ উঠে।
NewzNow ডেস্ক
১ মিনিটত পঢ়িব পাৰি
খবৰটো শুনক
১ মিনিট · NewzNow-ৰ কণ্ঠত
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)
মঙলবাৰে একেখন মঞ্চত উজনিৰ বানৰ সমস্যা আলোচনা কৰে অখিল গগৈ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই।
আলোচনাৰ মাজতে সুশান্ত বৰগোহাঁইক উদ্দেশ্য কৰি শুনা যায়, “সুশান্ত, তই মোক কাম এটা দিয়া নাই কিয়?”
ইয়াৰ উত্তৰত কোৱা হয়, “প্ৰয়োজন নাই কাৰণে মই কাম দিয়া নাই।”
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
ভুল দেখিছে? আমাক জনাওক।