আন্তঃৰাষ্ট্ৰীয়

মিলিত হ’ব ছি-জিনপিং, ট্ৰাম্প আৰু পুটিন; ১৯ নৱেম্বৰত চীনত প্ৰথম ত্ৰিপাক্ষিক সন্মিলন

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

চীনৰ শেনঝেনত ১৯ নৱেম্বৰত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত মিলিত হ’ব ছি জিনপিং, ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিন।

২ / ৫

বিশ্বৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰা এক কূটনৈতিক পদক্ষেপ হিচাপে অহা ১৯ নৱেম্বৰত চীনত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

৩ / ৫

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ১৯ নৱেম্বৰত দক্ষিণ চীনৰ শেনঝেন চহৰত ছি জিনপিঙে ৰাছিয়া আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে ‘চীন-ৰাছিয়া-আমেৰিকা ৰাষ্ট্ৰপ্ৰধানৰ বৈঠক’ত অংশগ্ৰহণ কৰিব।

৪ / ৫

এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (এপেক)ৰ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

৫ / ৫

প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে বৈঠকত পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ হ্ৰাস কৰাৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছে।

মিলিত হ’ব ছি-জিনপিং, ট্ৰাম্প আৰু পুটিন; ১৯ নৱেম্বৰত চীনত প্ৰথম ত্ৰিপাক্ষিক সন্মিলন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক