দেশ

ৰাজীৱ-ছোনিয়াৰ প্ৰেমৰ কাহিনী কেম্ব্ৰিজৰ ভাৰ্ছিটি ৰেষ্টুৰেণ্টৰ সৈতে জড়িত!

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

নতুন দিল্লীত ছোনিয়া গান্ধীৰ ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ উন্মোচন।

২ / ৫

নতুন দিল্লী, ১৬ নৱেম্বৰ: কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ সোমবাৰে উন্মোচন কৰা হয়।

৩ / ৫

উন্মোচনী অনুষ্ঠানত ছোনিয়া গান্ধীৰ সৈতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাই অংশ লয়।

৪ / ৫

স্মৃতিকথাখনৰ নামৰ ব্যাখ্যা কৰি ছোনিয়া গান্ধীয়ে কয় যে, ভাৰতলৈ অহা আৰু গান্ধী পৰিয়ালত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত নিজৰ ঠাই বিচাৰি পোৱাৰ চেষ্টাৰ কথাই কিতাপখনত স্থান পাইছে।

৫ / ৫

ইটালীত ডাঙৰ-দীঘল হোৱাৰ সময়ত বয়োজ্যেষ্ঠসকলক সন্মান কৰাৰ শিক্ষা পাইছিল বুলি উল্লেখ কৰি তেখেতে কয়, সেই শিক্ষাই গান্ধী পৰিয়ালৰ আনুষ্ঠানিক পৰিৱেশত খাপ খাবলৈ সহায় কৰিছিল।

ৰাজীৱ-ছোনিয়াৰ প্ৰেমৰ কাহিনী কেম্ব্ৰিজৰ ভাৰ্ছিটি ৰেষ্টুৰেণ্টৰ সৈতে জড়িত!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক