অসম

বিজয় মাৰ্চেণ্ট ট্ৰফীত হিমাচল প্ৰদেশক ৭ উইকেটত হৰুৱালে অসমে

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

বিজয়ৱাড়াত বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটৰ মেচত হিমাচল প্ৰদেশক ৭ উইকেটত পৰাস্ত কৰি অসমে ৬ পইণ্ট লাভ কৰিছে।

২ / ৫

গুৱাহাটী, ১৬ নৱেম্বৰ: বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটৰ মেচত হিমাচল প্ৰদেশক ৭ উইকেটত পৰাস্ত কৰি অসমে ৬ মূল্যৱান পইণ্ট লাভ কৰিছে।

৩ / ৫

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ নামি হিমাচল প্ৰদেশে ৩৪.১ অভাৰত ১১২ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।

৪ / ৫

প্ৰথম ইনিংছত অসমে ১০২.১ অভাৰত ৩০৫ ৰান কৰি অলআউট হয়।

৫ / ৫

দ্বিতীয় ইনিংছত হিমাচল প্ৰদেশে ৯৬.২ অভাৰত ৩০৩ ৰান কৰি অলআউট হয়।

বিজয় মাৰ্চেণ্ট ট্ৰফীত হিমাচল প্ৰদেশক ৭ উইকেটত হৰুৱালে অসমে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক