অসম

দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ; মূল সন্দেহযুক্ত ৰাজু দাস!

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য নিহত হোৱাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাসক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

২ / ৫

দুলীয়াজান, ১৬ নৱেম্বৰ: দুলীয়াজানৰ কমলাবাৰী অঞ্চলত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক হত্যাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাস নামৰ এজন যুৱকক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

৩ / ৫

সোমবাৰে মৃতদেহ উদ্ধাৰ হোৱা লোককেইগৰাকী হৈছে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু ২৬ বছৰীয়া কন্যা নীহাৰিকা ভূঞা।

৪ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, ৰাজু দাস বিগত প্ৰায় ৭ বছৰ ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল।

৫ / ৫

ঘটনাৰ পাছৰে পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ; মূল সন্দেহযুক্ত ৰাজু দাস!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক