যোগী আদিত্যনাথে ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাৰ দাবী কৰাৰ বিপৰীতে নিৰ্বাচন বিভাগে ধৰ্ম বা জাতিভিত্তিক তথ্য সংৰক্ষণ নকৰে বুলি স্পষ্ট কৰিছে।
লক্ষ্ণৌ, ১৭ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে।
নবদীপ ৰিনৱাইয়ে কয় যে, নিৰ্বাচন বিভাগে ভোটাৰৰ ধৰ্ম বা জাতিৰ ভিত্তিত কোনো তথ্য সংৰক্ষণ নকৰে।
যোগী আদিত্যনাথে অভিযোগ কৰিছিল যে বিশেষ সংশোধন প্ৰক্ৰিয়াৰ পিছত পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত থকা প্ৰায় ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম ভাৰতীয় নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাত বিচাৰি পোৱা হোৱা…
এই পাৰ্থক্য সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক-পত্ৰ দাখিল কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
newznow.in