অসম

দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰকাণ্ডৰ তদন্তত নতুন তথ্য, দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ দাবী আৰক্ষীৰ

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

ডুলীয়াজানত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ অভিযোগত ৰাজু দাস আৰু অমৃত দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

২ / ৫

ডুলীয়াজান, ১৭ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ ডুলীয়াজানত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ ঘটনাত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

৩ / ৫

আৰক্ষীৰ দাবী অনুসৰি, জেৰাৰ সময়ত দুয়োজনে হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে।

৪ / ৫

আৰক্ষীয়ে জনোৱা মতে, মৰাণ আৰক্ষীয়ে ৰে'ল আৰক্ষীৰ সহযোগত শিমলুগুৰি ৰে'ল ষ্টেচনৰ পৰা দুয়োকে আটক কৰে।

৫ / ৫

আটকৰ পাছত দুয়োকে মৰাণ আৰক্ষী থানালৈ লৈ যোৱা হয়।

দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰকাণ্ডৰ তদন্তত নতুন তথ্য, দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ দাবী আৰক্ষীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক