অসম

কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৩৬ কোটি টকাৰে নিৰ্মাণ হ’ব শিক্ষানুষ্ঠান

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

কাৰ্বি আংলঙৰ লাংভোকুত ৩৩৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

কাৰ্বি আংলং, ১৭ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ লাংভোকুত মঙলবাৰে অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

প্ৰস্তাৱিত সৈনিক স্কুলখন নিৰ্মাণৰ বাবে মুঠ ৩৩৬ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে।

৪ / ৫

প্ৰায় ৪৪ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ হ'বলগীয়া শিক্ষানুষ্ঠানখনৰ কাম ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

৫ / ৫

আধুনিক সা-সুবিধাসম্পন্ন এই সৈনিক স্কুলখনত শিক্ষাৰ্থীসকলক সামৰিক বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে।

কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৩৬ কোটি টকাৰে নিৰ্মাণ হ’ব শিক্ষানুষ্ঠান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক