অসম

ৰঙাজান দুৰ্ঘটনাত আহত শিশুটিৰ পৰিচয় ওলাল, CWC কেন্দ্ৰৰ পৰা শিশুটিক চমজি ল’লে পৰিয়ালৰ লোকে

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানত দুৰ্ঘটনাত আহত দেৱ গোৱালাক ককাক-আইতাকে কলিয়াবৰলৈ লৈ গৈছে।

২ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আহত কণমানি শিশুটিৰ পৰিচয় পোহৰলৈ আহিছে।

৩ / ৫

ৰাহুল গোৱালাৰ ঘৰ ডিমাপুৰত।

৪ / ৫

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাহুল আৰু নিকিতা বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

৫ / ৫

নিকিতাৰ পৰিয়ালৰ হাতত এণ্ড্ৰইড মোবাইল নথকাৰ বাবে ঘটনাটোৰ বিষয়ে তেওঁলোকে আগতে গম পোৱা নাছিল।

ৰঙাজান দুৰ্ঘটনাত আহত শিশুটিৰ পৰিচয় ওলাল, CWC কেন্দ্ৰৰ পৰা শিশুটিক চমজি ল’লে পৰিয়ালৰ লোকে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক