অসম

কাজিৰঙাত চলন্ত বাহনত গুলীবিদ্ধ বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

কাজিৰঙাৰ দুৰ্গাপুৰত চলন্ত বাহনৰ ভিতৰত ছাৰ্ভিচ ৰিভলভাৰৰ পৰা ওলোৱা গুলীত আহত হৈছে বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ কলিতা।

২ / ৫

কাজিৰঙা, ১৭ নৱেম্বৰ: কাজিৰঙাৰ দুৰ্গাপুৰ অঞ্চলত চলন্ত বাহনৰ ভিতৰত ছাৰ্ভিচ ৰিভলভাৰৰ পৰা আকস্মিকভাৱে গুলী ওলাই গুৰুতৰভাৱে আহত হৈছে বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ কলিতা।

৩ / ৫

সতীৰ্থ আৰক্ষীক লগত লৈ বাহনখনত যাত্ৰা কৰি থকা সময়তে এই ঘটনা সংঘটিত হয়।

৪ / ৫

গুলীটো প্ৰবীণ কলিতাৰ বাওঁহাতত লাগে আৰু বাহনখনৰ সন্মুখৰ গ্লাছ ভেদ কৰি বাহিৰলৈ ওলাই যায়।

৫ / ৫

চিকিৎসকে জনোৱা অনুসৰি, গুলীটো তেওঁৰ বাওঁহাতৰ তলুৱাৰ অংশত লাগিছিল।

কাজিৰঙাত চলন্ত বাহনত গুলীবিদ্ধ বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক