দেশ

‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক গাবলৈ বাধ্য কৰোৱাৰ অভিযোগ, কেন্দ্ৰৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

NewzNow · ২৭ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

স্বাধীনতাৰ পিছৰ ৭৯ বছৰ ধৰি দুটা স্তবকৰ বন্দে মাতৰমেই চলি আহিছিল বুলি আবেদনকাৰীৰ দাবী।

২ / ৫

নতুন দিল্লী: ‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক নাগৰিকৰ বাবে বাধ্যতামূলক কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

৩ / ৫

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে ফুলে-আম্বেদকাৰবাদী বুলি পৰিচিত বি ডি বৰকাৰ আৰু প্ৰাক্তন আই এ এছ বিষয়া বালকৃষ্ণন সত্যভামা মাভোজীৰ আবেদনৰ ভিত্তিত কেন্দ্ৰক জাননী জাৰি…

৪ / ৫

অধিবক্তা তথা আইনজ্ঞ মোহন গোপালৰ জৰিয়তে দাখিল কৰা আবেদন দুখনত ২৮ জানুৱাৰী আৰু ৯ জুলাইত জাৰি কৰা কেন্দ্ৰীয় চৰকাৰৰ দুটা নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা হৈছে।

৫ / ৫

বৰকাৰৰ আবেদনৰ মতে, বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস আনন্দমঠত থকা ছয়টা স্তৱকৰ সংস্কৰণটোৱে এটা প্ৰভাৱশালী সম্প্ৰদায়ৰ আধিপত্যৰ ধাৰণা আগবঢ়াই বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি কৰিব…

‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক গাবলৈ বাধ্য কৰোৱাৰ অভিযোগ, কেন্দ্ৰৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক