হাওৰাঘাট,খগেশ্বৰ দাস,১৩ নৱেম্বৰ: হোজাইৰ এগৰাকী বিশিষ্ট তথা ভাৰতীয় পুনৰ্বাসন পৰিষদ (RCI)-ৰ পঞ্জীয়নভুক্ত বিশেষ শিক্ষাবিদ জয়ন্ত চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী…
পত্ৰখনত তেওঁ আয়ুষ্মান ভাৰত–প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY)-ৰ দৰে জনকল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে দুখীয়া তথা দিব্যাংগ লোকসকলক আৰ্থিক সুৰক্ষা আৰু…
newznow.in