অসম

ওদালগুৰিত চাহ শ্ৰমিকৰ সৈতে একেলগে পাত চিঙি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্য পৰিচালকে

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

শ্ৰমিকসকলৰ দৈনন্দিন কৰ্মজীৱনৰ অভিজ্ঞতা লাভৰ উদ্দেশ্যে তেওঁ পুৱা ৮ বজাৰ পৰা শ্ৰমিকসকলৰ সৈতে পাত চিঙাৰ কামত অংশগ্ৰহণ কৰে মুখ্য পৰিচালক দালজিৎ সিং মান ।

২ / ৫

ওদালগুৰি, : চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনন্দিন কৰ্মজীৱন আৰু কষ্টৰ অভিজ্ঞতা ওচৰৰ পৰা উপলব্ধি কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ঔৰংগাজুলী চাহ বাগিচাৰ মুখ্য পৰিচালক দালজিৎ সিং মানে গ্ৰহণ কৰিছে এক…

৩ / ৫

কেৱল পাত ছিঙাৰ কামতেই সীমাবদ্ধ নাথাকি পৰিচালকগৰাকীয়ে শ্ৰমিকসকলৰ সৈতে পাত ওজন কৰা প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে।

৪ / ৫

এই অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি দালজিৎ সিং মানে শ্ৰমিকসকলৰ সৈতে একেলগে কাম কৰি আনন্দ লাভ কৰাৰ কথা প্ৰকাশ কৰে।

৫ / ৫

মুখ্য পৰিচালকগৰাকীৰ এই পদক্ষেপক শ্ৰমিকসকলেও আদৰণি জনাই সন্তুষ্টি প্ৰকাশ কৰে।

ওদালগুৰিত চাহ শ্ৰমিকৰ সৈতে একেলগে পাত চিঙি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্য পৰিচালকে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক