অসম

গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

NewzNow · ১৭ নৱেম্বৰ ২০২৬

১ / ৫

গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশত শিশু দিৱস উদযাপন।

২ / ৫

এই অনুষ্ঠানত ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনুজ্জল গগৈ, শিক্ষক শৰৎ চিৰিং ফুকন, প্ৰাক্তন শিক্ষয়িত্ৰী কিৰণময়ী হাজৰিকা, মীনা গগৈ, সীমা চৌধুৰী আৰু নিৰালা চৌধুৰী উপস্থিত থাকে।

৩ / ৫

কেইটামান বিশেষ কাৰণত শিশু দিৱসৰ দিনা উক্ত অনুষ্ঠানৰ আয়োজন কৰিব পৰা নগ’ল।

৪ / ৫

আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশত শিশু দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হয়।

৫ / ৫

কণ কণ শিশুসকলে গীত আৰু সংগীতৰ তালে তালে নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়।

গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক