গোলাঘাটৰ মেৰাপানীৰ ৰূপম গগৈ আৰু সৌৰভ দাসে গুৱাহাটীৰ জুবিন ক্ষেত্ৰৰ পৰা চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে।
চাইকেলেৰে মাউণ্ট এভাৰেষ্ট বেছ কেম্পলৈ ৰূপম গগৈ,সৌৰভ দাসৰ যাত্ৰা।
গোলাঘাট জিলাৰ মেৰাপানীৰ দুই যুৱক ৰূপম গগৈ আৰু সৌৰভ দাসে চাইকেলেৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে।
প্ৰায় তিনি মাহৰ ভিতৰত এভাৰেষ্ট বেছ কেম্পত উপস্থিত হোৱাৰ লক্ষ্য লৈ আগবাঢ়িছে যুৱক দুজন।
ৰূপম গগৈয়ে নিজৰ চাইকেলখনত ভাৰতীয় জাতীয় পতাকাৰ লগতে 'জয় আই অসম' আৰু 'জয় জুবিনদা' লিখা অসমীয়া গামোচা লৈ এই যাত্ৰাৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য…
newznow.in