দেশ

'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই' - কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

পৰিবহণ খণ্ডৰ সৈতে দেশৰ প্ৰায় ৪০ শতাংশ বায়ু প্ৰদূষণ জড়িত বুলি উল্লেখ কৰি নীতিন গাডকাৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰে।

২ / ৫

'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই'

৩ / ৫

নিজকে দায়ী সজালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে?

৪ / ৫

এই মন্তব্যটো কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২৬ চনৰ ১৭ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৪ সংখ্যক চি আই আই (CII) বায়'এনাৰ্জি সন্মিলনত ভাষণ দিওঁতে তেওঁ দেশৰ…

৫ / ৫

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতত হোৱা প্ৰায় ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে নিজকে দায়ী বুলি মন্তব্য কৰিছে।

'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই' - কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক