দেশ

ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া!

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

মুম্বাইৰ বস্তি অঞ্চলৰ পৰা আইআইটি মাদ্ৰাজলৈ যোৱা গৌতম পাডিভাৰে ২০২২ চনৰ ইউপিএছচি আইএফএছ পৰীক্ষাত ১৩৯ সংখ্যক স্থান লাভ কৰিছিল।

২ / ৫

ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া!

৩ / ৫

আজি নিজৰ চৰকাৰী চকীত মাতৃক বহুৱাই গৌতমে জনালে শ্রেষ্ঠ উপহাৰ ।

৪ / ৫

মুম্বাইৰ বস্তি অঞ্চলত ডাঙৰ-দীঘল হোৱা গৌতম পাডিভাৰে ২০২২ চনৰ ইউপিএছচি ভাৰতীয় বন সেৱা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১৩৯ সংখ্যক স্থান লাভ কৰি আইএফএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰে।

৫ / ৫

পিতৃৰ মৃত্যুৰ পাছত গৌতমৰ মাতৃ সখুবাই পাডিভাৰৰ ওপৰত পৰিয়ালৰ দায়িত্ব পৰে।

ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক