দেশ

ব্যক্তিগত তথ্য সুৰক্ষাৰ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ২১টা সংবাদ প্ৰকাশক

NewzNow · ২৭ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২১টা সংবাদ প্ৰকাশকৰ সংগঠন ডিএনপিএই উচ্চতম ন্যায়ালয়ত কৈছে, ব্যক্তিগত তথ্য সুৰক্ষা আইনৰ জাননী, আগতীয়া সম্মতি আৰু তথ্য মচাৰ ব্যৱস্থাই অনুসন্ধানী সাংবাদিকতাক বাধাগ্ৰস্ত কৰিব পাৰে।

২ / ৫

ব্যক্তিৰ আপত্তিত বাতৰি বা তথ্য মচিবলগীয়া হ’লে সংবাদৰ উৎস, অনুসন্ধান আৰু গুৰুত্বপূৰ্ণ নথিৰ সুৰক্ষা কেনেকৈ থাকিব?

৩ / ৫

ডিজিটেল সংবাদমাধ্যমৰ ২১টা প্ৰকাশকক প্ৰতিনিধিত্ব কৰা সংগঠনটোৱে দাবী কৰিছে যে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন আইন, ২০২৩ আৰু ২০২৫ৰ বিধিয়ে সংবাদমাধ্যমৰ স্বাধীনভাৱে কাম কৰাৰ ক্ষেত্ৰত বাধাৰ…

৪ / ৫

ডিএনপিএৰ মতে, আইনখনে প্ৰকাশক, সম্পাদক, সাংবাদিক আৰু সংবাদদাতাক ব্যক্তিগত তথ্যৰ জাননী, আগতীয়া সন্মতি আৰু তথ্য মচি পেলোৱাৰ দৰে একে নিয়মৰ অধীনলৈ আনিছে।

৫ / ৫

উদাহৰণস্বৰূপে, কোনো দুৰ্নীতিৰ অভিযোগ অনুসন্ধান কৰি থকা সাংবাদিকক যদি সংশ্লিষ্ট ব্যক্তিৰ সন্মতি আগতেই ল’ব লাগে, তেন্তে অনুসন্ধানৰ কথা প্ৰকাশ পাই যাব পাৰে।

ব্যক্তিগত তথ্য সুৰক্ষাৰ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ২১টা সংবাদ প্ৰকাশক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক