অসম

গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ জয়গানেৰে মুখৰিত হাওৰাঘাটৰ মেটেকা

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

মাতৃভাষাৰ জয়গান আৰু স্বকীয় কৃষ্টিৰ সুবাস বিলাই পাৰ্বত্য জিলা কাৰ্বি আংলংৰ হাওৰাঘাটৰ সমীপবৰ্তী নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেটেকা গাঁৱৰ খেলপথাৰত সোমবাৰে সফলভাৱে সামৰণি পৰে বড়ো সাহিত্য…

২ / ৫

ভাষা-সাহিত্যৰ উত্তৰণৰ স্বপ্ন বুকুত বান্ধি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটিয়ে সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হয়।কাৰ্যসূচী অনুসৰি প্ৰৱেশদ্বাৰ তোৰণ…

৩ / ৫

পিছে এই পতাকা উত্তোলন কৰাৰ লগে লগেই দীঘলপানী আৰজ হাঞ্জা সকলে আৰজ পৰিৱেশন কৰে।ইয়াৰ পাছতে বজাত আদৰণি সমিতিৰ সম্পাদক খৰ্গেশ্বৰ বড়োৱে প্ৰতিনিধি সভাখন উদ্বোধন কৰে।

৪ / ৫

ইয়াৰ লগে লগে সাংস্কৃতিক অনুষ্ঠানত থলুৱা বড়ো নৃত্য-গীতৰ মনোমোহা পৰিৱেশনে ঐতিহ্য আৰু সংস্কৃতিৰ অপূৰ্ব দৃষ্টি নিদৰ্শন দাঙি ধৰে।

৫ / ৫

বিয়লি দৈমা দৈচা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সম্পাদক সুভাষ বসুমতাৰীয়ে আদৰণি ভাষণ আগবঢ়ায় আৰু আদৰণী সমিতিৰ কোষাধ্যক্ষ তথা শিক্ষক প্ৰণৱ…

গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ জয়গানেৰে মুখৰিত হাওৰাঘাটৰ মেটেকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক