অসম

মুকালমুৱাৰ চান্দাত আৰক্ষীৰ পোছাকত ডকাইতি! মাতৃ-পুত্ৰক বান্ধি ঘৰত লুটপাত

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

চান্দাত মাতৃ-পুত্ৰক বান্ধি থৈ নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি নিয়াৰ অভিযোগ।

২ / ৫

মুকালমুৱা, ১৮ নৱেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাৰ চান্দাত আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা ডকাইতৰ এটাই দলে মাতৃ-পুত্ৰক হাত-ভৰি আৰু মুখ বান্ধি থৈ নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি নিয়াৰ অভিযোগ উঠিছে।

৩ / ৫

যোৱা নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয়।

৪ / ৫

অভিযোগ অনুসৰি, ডকাইতৰ দলটোৱে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে।

৫ / ৫

ইয়াৰ পাছতে ঘৰৰ পৰা নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি লৈ যায় বুলি জানিব পৰা গৈছে।

মুকালমুৱাৰ চান্দাত আৰক্ষীৰ পোছাকত ডকাইতি! মাতৃ-পুত্ৰক বান্ধি ঘৰত লুটপাত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক