অসম

দুলীয়াজানত তিনিজনক হত্যাৰ গোচৰত দুই অভিযুক্তক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যাৰ গোচৰত ৰাজু দাস আৰু আমিৰ দাসক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আদালতে।

২ / ৫

ডিব্ৰুগড়, ১৮ নৱেম্বৰ: দুলীয়াজানত তিনিজন লোকক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আদালতে।

৩ / ৫

আদালতত হাজিৰ কৰোৱাৰ পিছত তদন্তৰ স্বাৰ্থত অভিযুক্ত দুজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হয়।

৪ / ৫

দুলীয়াজানৰ কমলাবাৰী অঞ্চলত অৱসৰপ্ৰাপ্ত অইল ইণ্ডিয়া কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

৫ / ৫

পৰিয়ালটোৰ সৈতে সম্পৰ্ক থকা ৰাজু দাস আৰু আমিৰ দাসক সন্দেহৰ ভিত্তিত আটক কৰা হয়।

দুলীয়াজানত তিনিজনক হত্যাৰ গোচৰত দুই অভিযুক্তক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক