গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব।
২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব।
খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত গ্ৰন্থমেলাখনৰ আয়োজন কৰা হ'ব।
পূৰ্বে ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনৰ সময়সীমা এইবাৰ ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে।
গ্ৰন্থমেলাত অসমৰ লগতে দিল্লী আৰু কলকাতাৰ প্ৰকাশন প্ৰতিষ্ঠানৰ বিপণীয়েও অংশগ্ৰহণ কৰিব।
newznow.in