অসম

দিখৌ নদীৰ বুকুত পানীত নামি 'জল সত্যাগ্ৰহ' (Water Protest) কাৰ্যসূচী

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰৰ দিখৌ নদীত পানীত নামি দুই ছাত্ৰ সংগঠনে অবৈধ বালি, শিল আৰু কয়লা খনন বন্ধ কৰাৰ দাবী জনায়।

২ / ৫

দিখৌ নদী আৰু সীমান্তৱৰ্তী এলেকাত চলি থকা সকলো ধৰণৰ অবৈধ বালি, শিল আৰু কয়লা খনন অনতিপলমে বন্ধ কৰিবলৈ অসম চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাই পানীত নামি 'জল সত্যাগ্ৰহ' (Water Protest)…

৩ / ৫

অবৈধ বালি, শিল আৰু কয়লা খননৰ বিৰুদ্ধে দিখৌ নদীৰ বুকুত পানীত নামি ‘জল সত্যাগ্ৰহ’ কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম যুৱ ছাত্ৰ সন্মিলনী আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

৪ / ৫

সংগঠন দুটাই অভিযোগ কৰে যে, দিখৌ নদীৰ আশে-পাশে আৰু চুবুৰীয়া নাগালেণ্ডত অবাধে অবৈধ খনন চলি আছে।

৫ / ৫

দিখৌ নদীক সুৰক্ষা দিলেহে নদীখনৰ পাৰত বসবাস কৰা লক্ষাধিক লোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'ব বুলি সংগঠন দুটাই মত প্ৰকাশ কৰে।

দিখৌ নদীৰ বুকুত পানীত নামি 'জল সত্যাগ্ৰহ' (Water Protest) কাৰ্যসূচী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক