অসম

মাৰ্চেল বৰুৱাক আটক জুবিনৰ প্ৰতি অসন্মান আৰু অশ্ৰদ্ধাৰ নিদৰ্শন: বিদ্যুৎ শইকীয়া

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰাৰ ঘটনাক জুবিন গাৰ্গৰ প্ৰতি অসন্মান আৰু অশ্ৰদ্ধাৰ নিদৰ্শন বুলি অভিহিত কৰিছে বিদ্যুৎ শইকীয়াই।

২ / ৫

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৩ / ৫

শইকীয়াই অভিযোগ কৰে যে জুবিন গাৰ্গ জীয়াই থকাৰ সময়তো একাংশ লোকৰ বাবে অসুবিধাৰ কাৰণ হৈ পৰিছিল।

৪ / ৫

তেওঁৰ মতে, জুবিনৰ মৃত্যুৰ পিছতো শিল্পীজনৰ আদৰ্শ আৰু স্মৃতি একাংশৰ বাবে অস্বস্তিৰ কাৰণ হৈ আছে।

৫ / ৫

শইকীয়াই কয় যে মাৰ্চেল বৰুৱাই বহু দিনৰ আগৰে পৰা ঘোষণা কৰি আহিছিল যে জুবিন গাৰ্গৰ জন্মদিনত তেওঁ আধৰুৱা কৰি থোৱা ছবিখন সম্পূৰ্ণ কৰিব।

মাৰ্চেল বৰুৱাক আটক জুবিনৰ প্ৰতি অসন্মান আৰু অশ্ৰদ্ধাৰ নিদৰ্শন: বিদ্যুৎ শইকীয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক