দেশ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: দিল্লী-NCRত দুদিনৰ বাবে সেউজ ফটকাৰ অনুমতি

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

দিল্লী-NCRত ৭ আৰু ৮ নৱেম্বৰত নিৰ্দিষ্ট সময়ত সেউজ ফটকা ফুটোৱাৰ অনুমতি দিছে উচ্চতম ন্যায়ালয়ে।

২ / ৫

নতুন দিল্লী, ২ নৱেম্বৰ: দীপাৱলীৰ পূৰ্বে দিল্লী-NCRত সেউজ ফটকা ফুটোৱাৰ ক্ষেত্ৰত দুদিনৰ বাবে চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

৩ / ৫

আদালতৰ নিৰ্দেশ অনুসৰি, ৭ আৰু ৮ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা ৭ বজালৈ আৰু নিশা ৮ বজাৰ পৰা ১০ বজালৈ সেউজ ফটকা ফুটোৱাৰ অনুমতি থাকিব।

৪ / ৫

ইয়াৰ উপৰি, চিকিৎসালয়, নাৰ্ছিং হোম, প্ৰাথমিক আৰু জিলা স্বাস্থ্যকেন্দ্ৰ, বৃদ্ধাশ্ৰম তথা অধিসূচিত নীৰৱ অঞ্চলৰ ৩০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব বুলি নিৰ্দেশ দিছে উচ্চতম…

৫ / ৫

দিল্লী-NCRত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: দিল্লী-NCRত দুদিনৰ বাবে সেউজ ফটকাৰ অনুমতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক