দেশ

৫৪ সংখ্যক জন্মদিনত দিল্লীত নীলিম মহন্তৰ হাতৰ পৰশত জিলিকি উঠিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীৰ হুমায়ুনপুৰত তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে চিত্ৰশিল্পী নীলিম মহন্তই।

২ / ৫

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীৰ হুমায়ুনপুৰত বিশেষ গ্ৰাফিটি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে চিত্ৰশিল্পী নীলিম মহন্তই।

৩ / ৫

ছাফদৰজং এনক্লেভৰ অন্তৰ্গত হুমায়ুনপুৰৰ এটা ৰাজহুৱা স্থানৰ দেৱালত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰে শিল্পীগৰাকীয়ে।

৪ / ৫

নীলিম মহন্তই সামাজিক মাধ্যমত শিল্পকৰ্মখনৰ ছবি ভাগ-বতৰা কৰাৰ লগতে অনুৰাগীসকলক পোনপটীয়াকৈ গ্ৰাফিটিখন চাবলৈ আহ্বান জনাইছে।

৫ / ৫

জানিব পৰা মতে, জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নতুন দিল্লীৰ ৰাজহুৱা স্থানত তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এয়া প্ৰথম পদক্ষেপ।

৫৪ সংখ্যক জন্মদিনত দিল্লীত নীলিম মহন্তৰ হাতৰ পৰশত জিলিকি উঠিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক