দেশ

ধৰ্মীয় অনুষ্ঠানত পশু বলি বন্ধৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত পশু হত্যা বন্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন বুধবাৰে খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

২ / ৫

নতুন দিল্লী, ১৮ নৱেম্বৰ: ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত পশু হত্যা বন্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

৩ / ৫

বুধবাৰে ন্যায়াধীশ বিক্ৰম নাথ, আৰ. মহাদেৱন আৰু অপৰেশ কুমাৰ সিঙৰ বিচাৰপীঠে আবেদনকাৰীৰ যুক্তি শুনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে।

৪ / ৫

অধিবক্তা শ্ৰুতি বিষ্টে দাখিল কৰা আবেদনখনত ১৯৬০ চনৰ পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনখনৰ সংশ্লিষ্ট বিধান সংশোধনৰ নিৰ্দেশ বিচৰা হৈছিল।

৫ / ৫

আবেদনকাৰীয়ে এই ৰেহাইৰ বিধান সংশোধন কৰি ধৰ্মীয় অনুষ্ঠানত পশু হত্যা বন্ধ কৰাৰ দাবী জনাইছিল।

ধৰ্মীয় অনুষ্ঠানত পশু বলি বন্ধৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক