চীনৰ শ্বেনঝেনত ট্ৰাম্প, পুটিন আৰু জিনপিঙৰ বৈঠকক লৈ কূটনৈতিক মহলৰ দৃষ্টি নিবদ্ধ হৈছে।
শ্বেনঝেন, ১৮ নৱেম্বৰ: এছিয়া-পেচিফিক অঞ্চলৰ নেতাসকলৰ সন্মিলন উপলক্ষে চীনৰ শ্বেনঝেনত একত্ৰিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি…
বিমানবন্দৰত উপস্থিত থাকি ছি জিনপিঙে ট্ৰাম্পক আদৰণি জনায়।
ইয়াৰ পাছত ট্ৰাম্পে পুটিনৰ সৈতেও সাক্ষাৎ কৰি কৰমৰ্দন কৰে।
বৃহস্পতিবাৰে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনৰ সমান্তৰালভাৱে ট্ৰাম্প আৰু পুটিনৰ মাজত এক পৃথক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
newznow.in