অসম

আন্তঃৰাষ্ট্ৰীয় দেউচী-ভাইলী প্ৰতিযোগিতাত বিহালীৰ "আমা কলা কুঞ্জ"ৰ প্ৰথম স্থান*

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিহালীৰ সাংস্কৃতিক দল ‘আমা কলা কুঞ্জ’।

২ / ৫

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰীত ১৩, ১৪ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দেউচী-ভাইলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলটোৱে প্ৰথম স্থান লাভ কৰে।মুঠ ১৬টা দলে অংশগ্ৰহণ কৰা এই…

৩ / ৫

দলটোৰ এই কৃতিত্বই বিহালীৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ নতুন সন্মান কঢ়িয়াই আনিছে।প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি বিহালীলৈ উভতি অহাৰ পিছতে বিনোদ খনালৰ বাসগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা…

৪ / ৫

অনুষ্ঠানত বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ লগতে সমাজকৰ্মী প্ৰেমলাল গঞ্জু, সুমন শৰ্মা, গোৰ্খা সাহিত্য সভাৰ সম্পাদক গোপাল কাশ্যপ, সাংবাদিক ভুবন লুইটেল, খগেন মটক আৰু মিণ্টু বৰা উপস্থিত…

৫ / ৫

উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিনোদ খনালক অভিনন্দন জনোৱাৰ লগতে দলটোৰ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।বিহালীৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰত এই সাফল্য এক উল্লেখযোগ্য সংযোজন বুলি উপস্থিত সকলোৱে মত…

আন্তঃৰাষ্ট্ৰীয় দেউচী-ভাইলী প্ৰতিযোগিতাত বিহালীৰ "আমা কলা কুঞ্জ"ৰ প্ৰথম স্থান*

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক