এআই-১৭১ বিমান দুৰ্ঘটনাৰ তদন্ত অন্তিম পৰ্যায়ত বুলি সৰ্বোচ্চ ন্যায়ালয়ত জনাই কেন্দ্ৰই চূড়ান্ত প্ৰতিবেদন প্ৰকাশৰ বাবে ২-৩ সপ্তাহ সময় বিচাৰিছে।
নতুন দিল্লী, ১৮ নৱেম্বৰ: ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত…
কেন্দ্ৰীয় চৰকাৰ আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ তদন্ত এতিয়া অন্তিম পৰ্যায়ত আছে।
বিমানখনৰ কেপ্টেইন সুমিত সভৰৱালৰ ৯১ বছৰীয়া পিতৃ পুষ্কৰ ৰাজ সভৰৱালে পৃথক আৰু স্বতন্ত্ৰ তদন্তৰ দাবীত আবেদন দাখিল কৰিছে।
প্ৰশান্ত ভূষণে তদন্তকাৰী দলৰ গঠনক লৈও প্ৰশ্ন উত্থাপন কৰে।
newznow.in