অসম

‘বিজ্ঞানে আনিলে জোৱাৰ’ বিষয়ত সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতা

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

নৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে ‘বৰ্ণ’ই দুটা শাখাত সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

২ / ৫

গুৱাহাটী, ১৮ নৱেম্বৰ: নৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞানচৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে ‘বৰ্ণ’ই সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

৩ / ৫

প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব।

৪ / ৫

প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে ২৫ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ১৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

৫ / ৫

প্ৰতিযোগীসকলে অহা ১৫ ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক ১,৫০০ শব্দৰ ভিতৰত অসমীয়া ভাষাত লিখা মৌলিক ৰচনা পিডিএফ ফৰ্মেটত hcbessay@gmail.com ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

‘বিজ্ঞানে আনিলে জোৱাৰ’ বিষয়ত সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক