দেশ

বাৰ্ড ফ্লুৰ আশংকাত নামাক্কালৰ কণী ৰপ্তানিত মন্দাৱস্থা

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

বাৰ্ড ফ্লুৰ আশংকাত সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আৰু দক্ষিণ আফ্ৰিকাৰ আমদানিকাৰীয়ে নামাক্কালৰ কণীৰ অৰ্ডাৰ বাতিল কৰিছে।

২ / ৫

নামাক্কাল, ১৮ নৱেম্বৰ: বাৰ্ড ফ্লুৰ প্ৰভাৱত তামিলনাডুৰ নামাক্কালৰ কণী উদ্যোগত গভীৰ সংকটৰ সৃষ্টি হৈছে।

৩ / ৫

সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আৰু দক্ষিণ আফ্ৰিকাৰ আমদানিকাৰীয়ে পূৰ্বে দিয়া কণীৰ অৰ্ডাৰ বাতিল কৰিছে।

৪ / ৫

ইয়াৰ ফলত কণী ৰপ্তানি ব্যৱসায়ত ব্যাপক প্ৰভাৱ পৰিছে আৰু স্থানীয় পোল্ট্ৰী ব্যৱসায়ীসকলৰ বাবে উৎপাদন ব্যয় উলিওৱাটোও কঠিন হৈ পৰিছে।

৫ / ৫

প্ৰায় ছমাহ পূৰ্বে নামাক্কালৰ পৰা প্ৰতিমাহে প্ৰায় ২৫ কোটি কণী বিদেশলৈ ৰপ্তানি কৰা হৈছিল।

বাৰ্ড ফ্লুৰ আশংকাত নামাক্কালৰ কণী ৰপ্তানিত মন্দাৱস্থা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক