আন্তঃৰাষ্ট্ৰীয়

‘ভাৰত বিৰোধী প্ৰচাৰৰ নেতা’ আখ্যাৰে ৰাহুল গান্ধীক BJPৰ সমালোচনা, কলম্বিয়া বিশ্ববিদ্যালয়ত কৰা মন্তব্যক লৈ বিতৰ্ক

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক ‘ভাৰতবিৰোধী প্ৰচাৰ’ বুলি সমালোচনা কৰিছে বিজেপিয়ে।

২ / ৫

নতুন দিল্লী, ১৮ নৱেম্বৰ: আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে…

৩ / ৫

১৭ নৱেম্বৰত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সাংবাদিক লিডিয়া প’লগ্ৰেনৰ সৈতে অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত ৰাহুল গান্ধীয়ে ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিক ‘অৰ্থনৈতিক বিপৰ্যয়’ বুলি অভিহিত…

৪ / ৫

‘মেক ইন ইণ্ডিয়া’ আৰু ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ দৰে চৰকাৰী পদক্ষেপৰ সফলতাক লৈও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

৫ / ৫

ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আহ্বায়ক আশীষ উষা আগৰৱালে সামাজিক মাধ্যমত কয় যে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানে ভাৰতক দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতি হিচাপে স্বীকৃতি দিয়াৰ…

‘ভাৰত বিৰোধী প্ৰচাৰৰ নেতা’ আখ্যাৰে ৰাহুল গান্ধীক BJPৰ সমালোচনা, কলম্বিয়া বিশ্ববিদ্যালয়ত কৰা মন্তব্যক লৈ বিতৰ্ক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক