অসম

জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিনত ৰজাপথাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

হাওৰাঘাট, ১৮ নৱেম্বৰ: অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে দ্বিতীয়বাৰৰ বাবে কাৰ্বি আংলঙৰ ৰজাপথাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ত গভীৰ শ্ৰদ্ধা আৰু আৱেগিক পৰিৱেশত উদযাপন কৰা হয়…

২ / ৫

বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই স্মৃতিমধুৰ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় অনুৰাগীসকলে অংশগ্ৰহণ কৰে।

৩ / ৫

অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ আছিল উদীয়মান যুৱ কণ্ঠশিল্পী তথা সাংবাদিক নেত্ৰ কমল শৰ্মাৰ সংগীত পৰিৱেশন।

৪ / ৫

প্ৰিয় শিল্পীগৰাকীৰ গীতৰ সুৰত মতলীয়া হৈ শিক্ষক-শিক্ষাৰ্থীসকলেও নৃত্যৰ তালে তালে তেওঁক স্মৰণ কৰে।

৫ / ৫

শিল্পীগৰাকীৰ অনবদ্য সৃষ্টি আৰু মানৱীয় আদৰ্শক নতুন প্ৰজন্মৰ হৃদয়ত চিৰপ্ৰৱাহমান কৰি ৰখাৰ আহ্বানেৰে অনুষ্ঠানৰ সামৰণি পৰে।

জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিনত ৰজাপথাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক