ক্ৰীড়া

ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছত চৌহান-কুক্কাড যুটীয়াভাৱে শীৰ্ষত

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ গল্ফ লিংকছত ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ পিছত অম প্ৰকাশ চৌহান আৰু ৰৌনিল কুক্কাডে ৯ আণ্ডাৰ ১৩৫ স্ক’ৰে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰিছে।

২ / ৫

ডিগবৈ, ২৬ নৱেম্বৰ: ডিগবৈ গল্ফ লিংকছত চলি থকা ২৬সংখ্যক ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছ গল্ফ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ পিছত মহৌৰ অম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰৌনিল কুক্কাডে ৯ আণ্ডাৰ ১৩৫…

৩ / ৫

চৌহানে ৬৭-৬৮ স্ক’ৰে দ্বিতীয় ৰাউণ্ডত ৪ আণ্ডাৰ ৬৮ স্ক’ৰ কৰে।

৪ / ৫

কুক্কাডে ৭০-৬৫ স্ক’ৰে দ্বিতীয় ৰাউণ্ডত ৭ আণ্ডাৰ ৬৫ স্ক’ৰ কৰি দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰে।

৫ / ৫

প্ৰথম ৰাউণ্ডৰ শীৰ্ষস্থানত থকা গুৰুগ্ৰামৰ সৌৰভ ৰাঠীয়ে ৬৫-৭২ স্ক’ৰে ৭ আণ্ডাৰ ১৩৭ স্ক’ৰ কৰি তৃতীয় স্থানত আছে।

ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছত চৌহান-কুক্কাড যুটীয়াভাৱে শীৰ্ষত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক