অসম

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ নিৰ্বাচিত ডিগবৈৰ এৰিক পলাশ দত্ত, সম্বৰ্ধনা জনোৱা হ’ল তিনি উদীয়মান খেলুৱৈক

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলিবলৈ নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে এৰিক পলাশ দত্তই।

২ / ৫

কেৱল এৰিক পলাশ দত্তই নহয়, ডিগবৈ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ত্ৰিনয়ণ বৰফুকন আৰু দেবাজ্ঞ শইকীয়াও ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে।

৩ / ৫

এই সাফল্যৰ বাবে আজি সন্ধিয়া ডিগবৈ ইনডৰ ষ্টেডিয়ামত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

৪ / ৫

উল্লেখযোগ্য যে ডিগবৈ বেডমিণ্টন একাডেমী আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকৰ নিৰন্তৰ প্ৰচেষ্টাত অঞ্চলটোত বেডমিণ্টন চৰ্চাই বিশেষ গতি লাভ কৰিছে।

৫ / ৫

অনুষ্ঠানত ডিগবৈ মহাবিদ্যালয়ৰ প্ৰবক্তা মুকুল বুঢ়াগোহাঁই, বিশিষ্ট সমাজকৰ্মী নিতুল নাথ, ৰুবুল গগৈ, যুৱ ব্যৱসায়ী ধনঞ্জয় ডেকাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াপ্ৰেমী উপস্থিত থাকি খেলুৱৈসকলক শুভেচ্ছা…

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ নিৰ্বাচিত ডিগবৈৰ এৰিক পলাশ দত্ত, সম্বৰ্ধনা জনোৱা হ’ল তিনি উদীয়মান খেলুৱৈক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক