পাটিয়ালা-সংগ্ৰুৰ বাইপাছৰ পাছিয়ানা গাঁৱৰ সমীপত ভাক্ৰা খালৰ লোহাৰ দলং খহি দুখন ট্ৰাক আৱদ্ধ হয়।
পাটিয়ালাত ভাক্ৰা খালৰ দলং খহি ভয়ংকৰ দুৰ্ঘটনা, আৱদ্ধ দুখন ট্ৰাক ।পঞ্জাবৰ পাটিয়ালা-সংগ্ৰুৰ বাইপাছৰ পাছিয়ানা গাঁৱৰ সমীপত ভাক্ৰা খালৰ ওপৰত থকা এখন লোহাৰ দলং পুৱতি নিশা খহি পৰে।
পুৱা প্ৰায় ৫ বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত এই দুৰ্ঘটনা সংঘটিত হয়।
ঘটনাটোত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হোৱা নাই।
দুৰ্ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনত লগা জুই নিৰ্বাপন কৰে।
newznow.in